October 30, 2023 উত্তৰ প্ৰদেশৰ বদায়ুত শোকাৱহ দুৰ্ঘটনা ! এখন স্কুল বাছত খুন্দা দ্ৰুতবেগী ৰে’লৰ… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰ প্ৰদেশৰ বদায়ুত শোকাৱহ দুৰ্ঘটনা৷ এখন স্কুল বাছত খুন্দা দ্ৰুতবেগী ৰে’লৰ ৷ ঘটনাত ৪টা শিশুৰ থিতাতে মৃত্যু, ১৫টা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৷ নবীগঞ্জৰ হজৰতপুৰ ৰোডত এই দুৰ্ঘটনা৷ Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026