Breaking

ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী শিবিৰ বজাৰত শোকাৱহ পথ দুৰ্ঘটনা ! থিতাতে নিহত বাইক আৰোহী…

0 38

ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী শিবিৰ বজাৰত শোকাৱহ পথ দুৰ্ঘটনা

বাইক আৰু টেক্টাৰৰ মুখামুখি সংঘৰ্ষ

ভয়ংকৰ পথ দূৰ্ঘটনাটোত থিতাতে নিহত বাইক আৰোহী এজন,গুৰুতৰভাৱে আহত আনজন

নিহত আৰোহী জনৰ নাম শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে

আনহাতে গুৰুতৰভাৱে আহত জনৰ নাম সাজিবুল ইছলাম, বৰ্তমান কোকৰাঝাৰ চিকিৎসালয়ত ভৰ্তি

ঘটনাস্থলীত উপস্থিত হৈ কোকৰাঝাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে

দূৰ্ঘটনাগ্ৰস্ত টেক্টাৰৰ খনৰ নম্বৰ AS 16 AC 4301 আৰু বাইকখনৰ নম্বৰ জানিব পৰা হোৱা নাই

জানিব পৰা সাজিবুল আৰু শ্বৰিফুল সম্পৰ্কত খুড়া ভতিজা

খুড়াৰ সৈতে বাইকেৰে ফলিমাৰী লৈ যোৱাৰ পথত চাপৰ-চৈবাৰী সংযোগী গড়কাপ্তানী পথত সংঘটিত হয় এই দুৰ্ঘটনা

টেক্টাৰৰ দৌৰাত্মত একমাত্ৰ পুত্ৰ সন্তানৰ হেৰুৱালে পিতৃ বিয়াজুদ্দিন সেখে

দুয়োৰে ঘৰ কোকৰাঝাৰ জিলাৰ দেওডোবাত বুলি জানিব পৰা যায়

Leave A Reply