Breaking

মাজবাটত শোকাৱহ ৰে’ল দুৰ্ঘটনা

0 125

ৰে’লৰ খুন্দাত নিহত ২ শিশুসহ মহিলা।

ওদালগুৰি জিলাৰ মাজবাটৰ গেৰুবাৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো।

ৰঙিয়া অভিমুখী ০৫৮৯৪ পেছেঞ্জাৰ ৰে’লগাড়ীৰ সৈতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

ৰেলগেট নম্বৰ ৪১ আৰু ৪২ ৰ মাজত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত নিহত মহিলাগৰাকী মাজবাটৰ ফুহুৰাবাৰীৰ দুতামী কুল্লু বুলি জানিব পৰা গৈছে। আনহাতে নিহত শিশুদুটিৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই৷

আনহাতে শিশু দুটিৰ সৈতে মহিলা গৰাকী আত্মহত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে।

Leave A Reply