Breaking

গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী পাতেকিবৰী সত্ৰত বৃক্ষৰূপন কাৰ্যসূচী

0 16

মঙলবাৰে মৈৰাবাৰী স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাতেকিবৰী সত্ৰত ‘চানৰাইচ ক্লাৱ’ৰ উদ্যোগত আৰু ‘নেহৰু যুৱ কেন্দ্ৰ’ মৰিগাঁৱৰ সহযোগত এখনি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৈৰাবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা, মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, অসম ৰাজ্যিক গ্ৰামীণ জীবিকা মিশন অভিযানৰ বিষয়া ধনজিত দাস,ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত সমাজ সেৱক, শিক্ষক আব্দুল গফুৰ,

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাস,চানৰাইচ ক্লাৱৰ সভাপতি তবিউৰ ইছলাম সম্পাদক শ্বাহিনুৰ ৰহমান, যুৱ সাংবাদিক মুস্তফা মেহেবুব মুক্তাৰকে আদি কৰি অঞ্চলৰ বহু কেইজন গণ্য মান্য ব্যক্তিৰ লগতে চানৰাইচ ক্লাৱৰ সদস্য সকল।

Leave A Reply