Breaking

তেজপুৰত বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি…

0 103

তেজপুৰত বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি ৷

তেজপুৰত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষ্যে শোনিপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চি আৰ পি এফ আৰু অসম কমাণ্ডো বেটেলিয়ান আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনেৰে আজি জিলা সদৰ তেজপুৰৰ ৰাজপথত মাৰ্চ পাষ্ট অনুষ্ঠিত কৰে।

লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ৰাতিপুৱা ৮-০০ বজাত অনুষ্ঠিত কৰা মাৰ্চ পাষ্ট তেজপৰৰ নেহৰু ময়দামৰ পৰা আৰম্ভ কৰি ৰাজপথৰে এক কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ একেখন খেল পথাৰত উপস্থিত হয়।

আজিৰ কাৰ্যসূচীত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাকে ধৰি বিশিষ্ঠ লোক সকলে ভাগ লয়।

Leave A Reply