Breaking

অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যেগত মানকাচৰৰ কাকৰীপাৰাত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

0 123

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অধিনৰ কাকৰীপাৰা গাঁৱ পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি হয়।

ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনি: আজাদী কা অমৃত মহোৎসৱ পালনৰ বাবে আজি কাকৰীপাৰা ইউ কো বেংকৰ শাখা প্ৰৱন্ধক শ্ৰী ডি . লিয়েনথাংকে উক্ত বিক্ৰী কেন্দ্ৰটো মুকলি কৰে। আজিৰ কাৰ্য্যসূচীত জীৱিকা সখী নুৰাণী বেগমৰ উদ্যেগত আত্মসহায়ক গোটৰ বিভিন্ন সদস্য/ সদস্যা, স্থানীয় ৰাইজ তথা গাঁৱ প্ৰধান উপস্থিত হোৱা পৰিলক্ষিত হয়।


বিক্ৰী কেন্দ্ৰটো মুকলি হোৱাৰ লগে লগে আত্মসহায়ক গোটৰ সদস্যা আৰু সাধাৰণ নাগৰিকে স্বত: স্ফুত ভাৱে ত্ৰিৰঙ্গা পতাকা ক্ৰয় কৰা দেখা যায়

Leave A Reply