Breaking

দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

0 1,522

দিল্লীৰ অসম গৃহত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক ড০ মানিক সাহাক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


অসম আৰু ত্ৰিপুৰাই সদায় সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ভাগ বতৰা কৰি আহিছে। পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত এক অৰ্থপূৰ্ণ বাৰ্তালাপ হৈছিল, যাৰ ভিতৰত আছে আমাৰ দলক শক্তিশালী কৰাৰ উপায়। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক লগ কৰি এইদৰে সামাজিক মাধ্যমত মন্তব্য ৰাখে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave A Reply