Breaking

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ…

0 18

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ। ধৃত ডকাইতটো নাজিম উদ্দিন।

দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে। ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ। সম্প্ৰতি আৰক্ষীৰ জিম্মাত জেৰা অব্যাহত নাজিম উদ্দিনক।

Leave A Reply