Breaking

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযানত নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ…

0 17

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযান, নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ।

বিহালী আৰক্ষীয়ে বিভিন্ন সময়ত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় সুৰা জব্দ কৰি আহিছে। সমান্তৰাল ভাৱে বুধবাৰৰ নিশা বিহালীৰ আৰক্ষীৰ অভিযানত বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেদেতীৰ চেণ্টাৰত প্ৰায় ৭ শ কাৰ্টন

অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য মতে অৰুনাচলৰ নিৰজুলীৰ পৰা মনিপুৰলৈ বুলি অনা সুৰা ভৰ্তি ট্ৰাকৰ বিশেষ সুত্ৰ সন্ধানত আৰক্ষী বিষয়া বুছিং বেৰ নেতৃত্বত

এই সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে বিহালী আৰক্ষী উল্লেখ্য যে এই সুৰাৰ আনুমানিক মূল্য প্ৰায় ৩৫ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।

Leave A Reply