Breaking

জাগীৰোডৰ নেলীত চোৰাং গৰুসহ ট্ৰাক জব্দ ! স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন…

0 16

জাগীৰোডৰ নেলীত চোৰাং গৰুসহ ট্ৰাক জব্দ।

স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ ৫০টা গৰু।

ট্ৰাকখনৰ চালকক আটক কৰে আৰক্ষীয়ে। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন।

Leave A Reply