Breaking

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত চুনামীৰ সতৰ্কবাণী জাৰি…

0 56

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৭.৭ প্ৰাবল্যৰ বিশাল ভূমিকম্পৰ ফলত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
ফ্ৰান্সৰ ভূখণ্ড নিউ কেলেডোনিয়াৰ ল’য়ালিটি দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশত ৭.৭ ৰিখটাৰ স্কেলৰ বিশাল ভূমিকম্পৰ ফলত শুকুৰবাৰে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দেশসমূহক চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

ভানুআটু, ফিজি আৰু নিউ কেলেডোনিয়াৰ বাবে সম্ভাৱ্য চুনামী ভাবুকি জাৰি কৰা হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, প্ৰায় ৩৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হৈছে।

Leave A Reply