Breaking

তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ…

0 40

মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনক জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা আহি থাকোতে গ্ৰেপ্তাৰ কৰে। পঞ্চায়তত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গুলজাৰ হুছেইনক বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে উক্ত পঞ্চায়তৰ দূৰ্নীতিৰ অভিযোগত কেইবাজনো গ্ৰেপ্তাৰ হৈছিল যদিও গুলজাৰ হুছেইন সাৰি আছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল। কিছু দিন আগতে টেঙাগুৰি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত সদস্য পদত জয়ী হৈছিল গুলজাৰ হুছেইন।


Leave A Reply