চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Sep 16, 2023 0 27 Share চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক। IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান। বৰ্তমানলৈকে চাইবাৰ অপৰাধত জড়িত ২০গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ। \ ক্ৰাইম ব্ৰান্সে অভিযানত পোহৰলৈ চাইবাৰ অপৰাধৰ ভয়াৱহ নেটৱৰ্কৰ তথ্য। CRIME 0 27 Share