Breaking

লাহৰীঘাটৰ পটুৱাকাটাত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ…

0 65

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পটুৱাকাটাত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ আৰু এচ টি এফ বাহিনীৰ দলৰ সৈতে অভিযান চলাই আফাজুল হকৰ ঘৰৰ পৰা এটা এয়াৰ পিষ্টল, ৩৬ টি.২২ সক্ৰিয় গুলীৰ লগতে ১২ ব’ৰৰ ৮ টাকৈ সক্ৰীয় গুলী উদ্ধাৰ কৰে।

ইয়াৰ লগতে আফাজুল হক আৰু ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply