চাপৰত দুজনকৈ বাইক চোৰ আটক

চাপৰত দুজনকৈ বাইক চোৰ আটক।

পিতা-পুত্ৰক বাইক চোৰ গোচৰত আটক কৰিবলৈ সক্ষম হয় চাপৰ আৰক্ষীয়ে।

চাপৰৰ কামাৰডিহি গাঁৱত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে চোৰ দুজনক।

অভিযানত উদ্ধাৰ এখন চোৰাং বাইক।

আটকাধীন চোৰ দুজন ক্ৰমে নুৰুল হক (পিতা) আৰু সাহিনুৰ হক(পুত্ৰ) বুলি জানিব পৰা গৈছে

সম্প্ৰতি বাইক চোৰ, পিতা-পুত্ৰক জেল হাজোলৈ প্ৰেৰণ চাপৰ আৰক্ষীৰ।

Related Articles