Breaking

কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…

0 22

কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী।

দেওবাৰে সংঘটিত এই ঘটনা। ডিৰাকৰ চৰকাৰী কলেজৰ সমীপত এই ঘটনা।নিহতদ্বয়ৰ নাম যোগেন হাজৰিকা, নৱ শইকীয়া ওৰফে ভাইটি।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 12 CC1337।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Leave A Reply