Breaking

বিহুৰ উছাহৰ মাজতে গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ…

0 17

বিহুৰ উছাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ, ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল’লে চৰম পন্থা ।

গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ। গোৱাৰ এটা কোম্পানীত কৰ্মৰত আছিল খাৰখোৱা গাঁৱৰ অচ্যুৎ ৰঞ্জন গগৈ, পাপু গগৈ।

পুত্ৰৰ শোকত পাপু গগৈৰ পিতৃ অনিল গগৈয়ে বাছি ল’লে চৰম পন্থা।

Leave A Reply