Breaking

বৰপেটাৰোড সাতবইনীৰটুপত দুটা ড্ৰাগছ সৰাবহকাৰী আটক

0 58

বৰপেটাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

বৰপেটাৰোড সাতবইনীৰটুপত দুজন ড্ৰাগছ সৰাহবহকাৰীৰ পৰা মাৰাত্মক আঠটা কনট্ৰেইনাৰ জব্দ।

ৰাইজে হাতে লুটে ধৰা ড্ৰাগছ সৰাহবহকাৰী সাতবইনীৰটুপৰ আবুল হুছেইনৰ পুত্ৰ মফিজ উদ্দিন (৩৫ ) আৰু জয়পুৰ গাঁৱৰ মহম্মদ জলু মিয়াৰ পুত্ৰ জাহিদুল ইছলাম (৪০)৷

ঘটনাস্থলীত বৰনগৰ ৰাজহ চক্ৰ বিষয় উপস্থিত হয়৷

সাতবইনীৰটুপত আজি আবেলী আনুমানিক ১:৩০ বজাত স্থানীয় ৰাইজৰ তৎপৰতাত ৰাইজে হাতে লুটে ধৰি বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গতাই দিয়ে।

অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply