Breaking

লাহৰীঘাটত দুজন ড্ৰাগছ সৰবৰাহী আটক

0 2,248

মৰিগাঁও জিলাৰ  লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক । মঙলবাৰে বৰবড়ী গাঁৱৰ পৰা ৩৬.০২ গ্ৰাম ড্ৰাগছ সহ  ড্ৰাগছ সৰবৰাহকাৰী দুটা হল ডিমাপুৰৰ ইজাজ আলী আৰু আবজুল হুছেইন ।আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমন ড্ৰাগছ মাফিয়াৰ ।ড্ৰাগছ মাফিয়াৰ আক্ৰমনত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো সহ দুই কনিষ্টবল ।উল্লেখ্য যে জব্দ কৰা ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা আনিছিল ।ধৃত ড্ৰাগছ সৰবৰাহী কাৰীৰ বিৰুদ্ধে 812/21 গোচৰ ৰুজু কৰি U/S 353/333/201, IPC R/W Section 21(b) /29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে। 

Leave A Reply