Breaking

লামডিংত দুজন বন কৰ্মী আটক

0 2,251

হোজাই জিলাৰ অন্তৰ্গত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া ঘটনাৰ লগত জৰিত থকা তথা বিভিন্ন ধৰণৰ তথ্যৰ ভিত্তিত আটক কৰে লামডিঙ আৰক্ষীয়ে দুই বন কৰ্মীক। বিট বন বিষয়া হাবিবুৰ ৰহমান আৰু বন কৰ্মী আবুল কালাম আজাতক আটক লামডিঙ আৰক্ষীৰ।যোৱা নিশা আটক কৰে দুয়োজনক।পূৰ্বতে ৭ জনক আৰু দুই বন কৰ্মী সহ সৰ্বমুঠ ৯ জনক আটক কৰে আৰক্ষী।দুয়োকে আৰক্ষীৰ জেৰা কৰাৰ পিছত 22 নবেম্বৰ সোমবাৰৰ দিনাই লামডিঙ আৰক্ষীয়ে দুয়োকে মহামান্য আদালতত  পঠাই দিয়া হৈছে। ভূ-মাফিয়াৰ লগত আৰু কোন কোন জড়িত লামডিঙ আৰক্ষী বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply