Breaking

১০০ টকাৰ অনলাইন টিকটত হিন্দু-মুছলিম দুই বন্ধুয়ে লাভ কৰিলে আলট্টা বাছ…

0 55

হিন্দু মুছলিম দুই বন্ধুয়ে মিলি পালে কলগাছিয়াৰ আলট্টা বাছ।


১০০ টকাৰ অনলাইন টিকটত লাভ কৰিলে আলট্টা বাছ।


লক্ষীমপুৰৰ সুৱেশ গোস্বামী আৰু আনোৱাৰ হুছেইনয়ে পালে আলট্টা বাছ।


১০০ টকাৰ টিকট ক্ৰয় কৰি লাভ কৰিলে কলগাছিয়াৰ প্ৰথম পুৰস্কাৰ ৪৪ ছিটৰ আলট্টা বাছ।

৩ মে তাৰিখত কলগাছিয়াত হেল্প লাইন ফাউণ্ডেশ্যনৰ সৌজন্যত এম্বুলেন্স সেৱা মুকুলিৰ সাহায্যৰ্থে আয়োজন কৰা বৃহৎ উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ ৪৪ ছিটৰ টাটা আলট্ৰা বাছ লাভ কৰিলে সুৱেশ গোস্বামী আৰু আনোৱাৰ হুছেইনয়ে।

কলগাছিয়াৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ বিজেতা দুই বন্ধু সুৱেশ গোস্বামী আৰু আনোৱাৰ হুছেইনয়ে কলগাছিয়াৰ খেল পৰিচালনা সমিতিক সংবাদ মাধ্যমৰ আঘত ধন্যবাদ জনায়।

Leave A Reply