Breaking

দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…

0 68

দুশ বছৰ পুৰণি ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু, অসমীয়া গামোচা, খোপাত কপৌফুল গুজি Cannes চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই।ফটো চাওক…

তৃতীয় বাৰৰ বাবে Caanes Film Festivalৰ ৰেড কাৰ্পেটত অসমীয়া সাজ-পোছাকত খোজ দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

কাঁন চলচ্চিত্ৰৰ এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।

Leave A Reply