December 16, 2023 তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক… Share FacebookTwitterWhatsAppTelegramKooEmail তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন লোক ৷ গৰু আনিবলৈ যাওঁতেই হাতীয়ে আক্ৰমণ কৰে লোক দুজনক ৷ হাতীৰ আক্ৰমণত নিহত অজয় মিন্স আৰু ৰাজেশ তিৰ্কী৷ নিহত লোক দুজনৰ ঘৰ দেওচুঙা ওৰাং বস্তিত৷ Author: দৈনন্দিন বাৰ্তা Related Articles মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha দৈনন্দিন বাৰ্তা - May 24, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026 ডেৰ বছৰৰ অপেক্ষাৰ অন্তত ইৰান-আমেৰিকাৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মোদী-ট্ৰাম্পৰ বৈঠকৰ সম্ভাৱনা.. দৈনন্দিন বাৰ্তা - May 20, 2026