Breaking

জিঅ’ জেমছে মুকলি কৰিলে দুটাকৈ নতুন ব্ৰেন্ড

0 1,115

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত  জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু নিশিতা গোশ্বামীয়ে কোম্পানীটোৰ ব্ৰেন্ড দুটা আনুষ্ঠানিকভাবে মুকলি কৰে ৷ মন মৰমী মহন্তই আতধৰা অনুষ্ঠানত জিঅ’ জেমছৰ সঞ্চালক চিত্ৰা কৰ্মকাৰ আৰু পৰিচালনা সঞ্চালক গোপাল কৰ্মকাৰে অনুষ্ঠানত উপস্থিত থাকি জানিবলৈ দিয়ে যে এতিয়াৰ পৰা পানবজাৰৰ ড°জেচি গোশ্বামী পথত থকা জিঅ’ ডাইমন্ডৰ পৰা গ্ৰাহকে নুন্যতম মূল্যত প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব ৷ প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন প্ৰান্তত অনলাইন যোগে গ্ৰাহকক গ্ৰহৰত্নৰ লগতে হীৰাৰ গহনা যোগান ধৰা অহাৰ কথা সদৰি কৰে সঞ্চালক চিত্ৰ কৰ্মকাৰে ৷ গ্ৰাহক সকলে ১৮০০১২০৯৮৯৫, ০৩৬১ ৩৫৫৯৩৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব গ্ৰাহক সকলে ৷ উল্লেখ্য যে  আজি এই জিঅ’ বেন্ড মুকলি অনুষ্ঠানৰ পিছত ফেশ্বন শ্বোৰ আয়োজন কৰা হয় ৷

Leave A Reply