Breaking

কামপুৰৰ কাকতিগাঁৱত ৰে’লগেটত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছসহ দুজন লোকক আটক কৰে…

0 26

বুধবাৰে কামপুৰৰ কাকতিগাঁৱত পুনৰ ড্ৰাগছসহ দুজন লোকক আটক ।

কাকতিগাঁৱৰ ৰে’লগেটত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আটক কৰে দুয়োজনক।

আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷

ধৃত লোক দুজন এহিয়া আলী আৰু আবু চাহিদ বুলি জানিব পৰা গৈছে। ৷

ধৃত লোক দুজনৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে।

অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply