December 6, 2023 কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ নাহৰ চুকত নিশা পথ দুৰ্ঘটনা৷ তীব্ৰবেগী বাহনৰ প্ৰচণ্ড খুন্দা গছত৷ গছত খুন্দা মাৰি দ খাৱৈত পৰিল বাহনখন৷ বাহনখনত আছিল ৩জনকৈ লোক৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন৷আহত ৩ জন তেজপুৰৰ তিৰু বৰা, ৰহিন ইংতি, অনন্ত বৰ্মন৷ Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026