Breaking

তেলৰ অজুহাত দেখুৱাই ধুবুৰীত বন্ধ হ’ল দুখন জাহাজ

0 2,244

তেলৰ অভাৱত ধুবুৰীত বন্ধ হ’ল ৰপেক্স আৰু MV  প্ৰতিমা নামৰ দুখন  জাহাজ। , জাহাজ বন্ধ হোৱাৰ ফলত পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে লেছিয়ে । ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও চলাচল অব্যাহত । নদী পথত প্ৰায় চাৰি শতাধিক যাত্ৰীলৈ বিকল । কথামপি প্ৰান ৰক্ষা পৰিল চাৰি শতাধিক যাত্ৰীৰ । তিনি ঘন্টাৰ মূৰত ভয় সংকাৰ মাজেৰে ধুবুৰীৰ পাৰঘাটত উপস্থিত যন্ত্ৰচালিত নাও । ধুবুৰীৰ বাবে যোগান ধৰা দুখন কৈ জাহাজ বন্ধ হৈ পৰাৰ ফলত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ সৃষ্টি হৈছে । ইয়াৰ ওপৰিও যাত্ৰী সকলৰ অভিযোগ অনুসৰি তেলৰ অভাৱত আৰু ষড়যন্ত্ৰ কৰি বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰী সকলে, যাৰ বাবে যাত্ৰী সকলৰ যাতায়তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ধুবুৰী জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰক উক্ত জাহাজ দুখন ব্ৰহ্মপুত্ৰ নদী পথত  চলাচল কৰাৰ বাবে দাবী জনায় যাত্ৰী সকল।

Leave A Reply