Breaking

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই ভাই-ভনীৰ মৃত্যু…

0 85

কামৰূপৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত চিকিৎসাৰ সময়ত দুই ভাই-ভনীৰ মৃত্যু হয়।

খবৰ অনুসৰি কেন্দুকোনাস্থিত ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত তীব্ৰবেগী বাহনে খুন্দা মাৰে এজন ভাতৃ আৰু ভগ্নীসহ চাৰিজন লোকক।

স্থানীয় ৰাইজে দাবী কৰা মতে গাড়ীখনৰ চালকজন মদ্যপান কৰি নলবাৰীলৈ গৈ থকা অৱস্থাত পথত ব্যক্তিসকলক খুন্দা মাৰে।

দুৰ্ঘটনাটোত গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাস (৮)ৰ প্ৰাণ।

ইফালে আহত চুমি দাস আৰু আইনুল হকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply