Breaking

ডিমৌত বন্ধ সমৰ্থনকাৰী দুজন ছাত্ৰ নেতাক আটক

0 1,185

আজি কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বাবে ৰাজ্যৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। এই বন্ধৰ মাজতে শিৱসাগৰৰ ডিমৌত দুজন বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা ছাত্ৰ নেতা কেইজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ অঞ্চলিকৰ সভাপতি কমল কৃষ্ণ কাকতি আৰু সম্পাদক কৰণ গগৈক । ডিমৌ সমীপৰ দিচাং ৰজাবাৰীৰ পৰা আটক কৰিছে ডিমৌ আৰক্ষীয়ে। আটকাধীন ছাত্ৰ মুক্তিৰ নেতাদ্বয়ৰ হুংকাৰ ডিমৌৰ পৰা পুণৰ আৰম্ভ হ’ব “কা” বিৰোধী আন্দোলন।

Leave A Reply