January 7, 2024 কাকপথাৰৰ ন-মাইঠঙত বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail কাকপথাৰৰ ন-মাইঠঙত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ খুন্দাত নিহত দুজনকৈ ছাত্ৰ। নিহত সোণজানৰ গিৰি মৰাণ, ন-মাইঠঙৰ পৰাগ বুঢ়াগোহাঁই। হীৰেন হাজৰিকা নামৰ আন এজন ছাত্ৰ আহত। এখন চাইকেলত খুন্দা মাৰিছিল তীব্ৰবেগী বাইকখনে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026