Breaking

নাজিৰাৰ দেওপানীত নিশা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক…

0 62

নাজিৰাৰ দেওপানীত নিশা ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক।

এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় দুইজন যুৱক।

নাজিৰা – নামতিৰ পৰা দেওপানী অভিমুখে গৈ থকা অৱস্থাত হয় এই দূৰ্ঘটনা।

জানিব পৰা মতে এজন যুৱক নাজিৰা মেজেঙ্গা কেতেকীবাৰী আৰু আনজন নাজিৰা বৰতলৰ।

ইতিমধ্যে দুয়ো জন যুৱকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।দূৰ্ঘটনাপ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS04-AF- 9429

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply