Breaking

UGC ৰ ঐতিহাসিক নিৰ্দেশনা; বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাতৃভাষাতে লিখিব আৰু পঢ়িব পাৰিব পাঠ্যক্ৰম

0 84

UGC ৰ এক ঐতিহাসিক নিৰ্দেশনা।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজা মাতৃভাষা অৰ্থাৎ স্থানীয় ভাষাতে লিখিব আৰু পঢ়িব পাৰিব পাঠ্যক্ৰম৷

যিসময়ত অসম চৰকাৰে গণিত, বিজ্ঞান ইংৰাজী ভাষাত নপঢ়িলে আমাৰ ল’ৰা ছোৱালীহঁতে ডাক্তৰ ইঞ্জিনীয়াৰ হ’ব নোৱাৰাৰ কথা কৈছে সেই সময়ত UGC এই নিৰ্দেশনা উপাচাৰ্যলৈ।

Leave A Reply