Uncategorized

Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে, ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোদ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কুকৰ্ম’ৰ দোষ(Pakistan defence minister) তেওঁ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ ওপৰত জাপি আহিছে৷

Pakistani Artists: পহলগাম আক্ৰমণৰ পিছত পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হ’বনে পাকিস্তানী শিল্পীক? ৯ বছৰ আগতেও নিষেধাজ্ঞা আছিল, FWICE য়ে কৈছিল- ‘Nation comes first…’

পহলগাম আক্ৰমণ সমগ্ৰ দেশৰ বাবে এক ডাঙৰ জোকাৰণিতকৈ কম নহয়। এই আক্ৰমণত দেশৰ বিভিন্ন কোণৰ লোকে নিজৰ আপোনজনক হেৰুৱাইছে। ইফালে, ২০২৪ চনত ৯ বছৰৰ পাছত উঠাই লোৱা ভাৰতীয় চলচ্চিত্ৰ জগতত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞাৰ দাবী পুনৰবাৰ উত্থাপন কৰিছে FWICE-এ।(Pakistani Artists) 

Dr. Lakshahira Das: কটন বিশ্ববিদ্যালয়ত ড০ লক্ষহীৰা দাসৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শিত

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ অডিটৰিয়ামত বিশিষ্ট লেখিকা,(Dr. Lakshahira Das) অনুবাদক, গায়ক আৰু শিক্ষাবিদ ড০ লক্ষহীৰা দাসৰ জীৱনৰ সম্পৰ্কত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট

পহলগামত হিন্দু পৰ্যটকক বাচি বাচি গুলী চলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, "মই মুছলমান হিচাপে লাজ পাওঁ।"(Salim Merchant)

Seema Haider: সীমা হাইদৰ উভতি যাব নে পাকিস্তানলৈ? পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ সিদ্ধান্তৰ মাজতে চৰ্চালৈ আহিছে সীমা হাইদৰ !

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰ উভতি যাব নেকি পাকিস্তানলৈ! কেৱল ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে। বাতিল কৰা হৈছে পাকিস্তানী নাগৰিকৰ সকলো ভিছা। সামাজিক মাধ্যমত চৰ্চালৈ আহিছে সীমা হাইদৰ।(Seema Haider)

Popular