Breaking

Browsing Category

Uncategorized

সোণতলীত দ্বিতীয়টো বানৰ ভয়ংকৰ ৰূপ : ওখ মথাউৰিত আশ্ৰয় নৈপৰীয়া ৰাইজৰ ৷

সোণতলী : এফালে কোৰোনাৰ আতংক আনফালে ৰাজ্যত বানৰ বিভীষিকা৷ বানে শংকিত কৰি তুলিছে ৰাজ্যৰ বানপীড়িত ৰাইজক৷ লকডাউন চলি থকা মাজতে কিছুদিন পূৰ্বে হৈ যোৱা বানপানীত নৈপৰীয়া ৰাইজক জুৰুলা কৰিছে৷ কৃষকে উৎপাদন কৰা সামগ্ৰীবোৰ পথাৰতে গেলি পচি গৈছে৷
Read More...

হিন্দু বাংলাদেশীৰ পক্ষত থকা বিধায়ক শিলাদিত্য আকৌ কেনেকৈ অসমীয়া জাতি প্ৰেমী হ’ল ? আৰ টি আই…

নগাঁও : "বহু বিতৰ্কিত আৰু সাম্প্ৰদায়িক বিধায়ক শিলাদিত্য দেৱৰ মস্তিষ্কৰ বিকৃত ঘটাছে। সুবিধাবাদী এই নেতাজনে কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি শংকৰ-আজানৰ দেশ অসমত ভাতৃঘাতী সংঘৰ্ষ
Read More...

আৰ্থিক অনাটনে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, প্ৰমান কৰি সোণতলীৰ দেখুৱালে ৰুকছানা আজাদে ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী আৰ্থিক অনাটনক নেওচি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সোণতলীক উজলালে ৰুকছানা আজাদে ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুতি প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি কদভানু বেগমৰ প্ৰথম কন্যা ৰুকছানা আজাদ ৷ পিতৃয়ে সংবাদ মাধ্যমত জৰিত
Read More...

প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক আজমল ফাউণ্ডেচনৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান । প্ৰতিমাহে…

দৰঙৰ পৰা জয়দেৱ ডেকা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ বাসগৃহত উপস্থিত এইউডিএফ দল৷ এইইউডিএফৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমানে আজমল
Read More...

হোজাইত জিলাৰ বান খতিগ্রস্থ এলেকা পৰিদৰ্শন মুখ্যমন্ত্রীৰ ।

লংকা: ক'ৰণাৰ আতংকৰ মাজতেই ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাবে হোজাইতো কপিলী নৈ বাহনী পানীয়ে নৈ পৰিয়া বিভিন্ন অঞ্চল বুৰাই পেলাইছে । কপিলীৰ নৈৰ বলিয়া বানে বিস্তৰ ক্ষতি কৰিছিল হোজাইৰ বহু নৈপৰীয়া গাওঁ। গাওঁৰ বহু ঠাইত
Read More...

লংকাত মালবাহী ৰে’লৰ খুন্দাত নিহত এজন যুৱক ।

লংকাঃ  লংকা-হাবাইপুৰ ৰে'ল ষ্টেচনৰ মাজত যোৱা নিশা এখন মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক । মৃত যুৱকজনৰ বয়স অনুমানিক ৩০ বছৰ। বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।বৰ্তমান লংকা ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ
Read More...

শিমলুগুৰিত আজি পুনৰ শ্ৰমিক ৰেলৰ পৰা নামিল ৯ যাত্ৰী

নাজিৰা  :  বহিঃৰাজ্যৰ পৰা অসমলৈ আহি থকা বিশেষ শ্ৰমিক এক্সপ্ৰেছৰ পৰা আজি শিমলুগুৰি জংচনত ৯ গৰাকী শ্ৰমিক নামেহি ৷ সন্ধিয়া ৬ বজাত আহি পুৱা শ্ৰমিক এক্সপ্ৰেছৰ পৰা নাজিৰাৰ ৫ জন আৰু শিৱসাগৰৰ ৪ গৰাকী শ্ৰমিক নমাৰ লগে লগে প্ৰশাসনৰ উদ্যোগত
Read More...

নাজিৰাত সংবাদিকৰ মাস্ক বিতৰণ

নাজিৰা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্পৰে লগতে ৰাইজৰ মাজত সামাজিক সজাগতা কৰাৰ লক্ষৰে মঙলবাৰে নাজিৰাত সাংবাদিকসকলৰ তৰফৰ পৰা মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত মাস্ক বিতৰণ কৰা হয়। নাজিৰা চাৰিআলিৰ পৰা আৰম্ভ কৰা এই মাস্ক বিতৰণত
Read More...