Breaking

Browsing Category

Uncategorized

পুনৰ খাকী পোছাকত কালিমা এজন আৰক্ষী বিষয়াই

দৈনন্দিন বাৰ্তা সেৱাঃ SI কেলেংকাৰীৰ উত্তেজনা মাৰ নাযাওতে পুনৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াই৷ উত্কোচলৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল ASI পংকজ বৰা৷৷ বৰ্তমান জেৰা অৱ্যাহত মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া পংকজ বৰাক৷ ৰক্ষকে ভক্ষকৰ ৰূপত
Read More...

আইপিএল ২০২০

টছত জয়ী : কলকাতা নাইট ৰাইডাৰ্ছ কলকাতা নাইট ৰাইডাৰ্ছ: ১৬৭ (‌ত্রিপাঠি ৮১, ব্র‌্যাভো ৩/‌৩৭)চেন্নাই ছুপাৰ কিংছ: ১৫৭/৫ (ৱাটছন-৫০, ৰাইডু-৩০)ফলাফল: ১০ ৰানত  কলকাতা  নাইট  ৰাইডাৰ্ছ  (কেকেআৰ) জয়ী
Read More...

হালোৱাটিং, বৰছিলা দৈনিক হাট-বজাৰৰ দুৰৱস্থা : জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি

গেলেকী : জনস্থাস্থ্যৰ প্ৰতি চৰম ভাবুকি বৰছিলা দৈনিক বজাৰৰ। নাজিৰা মহকুমা সীমান্তৱৰ্তী আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ এখন দৈনিক বজাৰ বৰছিলা হাট-বজাৰ। অসম-নগালেণ্ড সীমান্তৱতী অঞ্চল বৰছিলাস্থিত এই বজাৰখন প্ৰায় কুৰিখন ৰাজহ গাঁও আৰু
Read More...

কভিড’ত টিংখাঙৰ অৱসৰপ্ৰাপ্ত আৰক্ষী হাবিলদাৰ প্ৰফুল্ল বৰা মৃত্যুত গভীৰ শোক

টিংখাং: মৰামাৰী কৰণা ভাইৰাছৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ টিংখাং লাটুমণিৰ নিবাসী প্ৰফুল্ল বৰাই (৬৫) কভিড-১৯ আক্ৰান্ত হৈ আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু
Read More...

সোণতলীত দ্বিতীয়টো বানৰ ভয়ংকৰ ৰূপ : ওখ মথাউৰিত আশ্ৰয় নৈপৰীয়া ৰাইজৰ ৷

সোণতলী : এফালে কোৰোনাৰ আতংক আনফালে ৰাজ্যত বানৰ বিভীষিকা৷ বানে শংকিত কৰি তুলিছে ৰাজ্যৰ বানপীড়িত ৰাইজক৷ লকডাউন চলি থকা মাজতে কিছুদিন পূৰ্বে হৈ যোৱা বানপানীত নৈপৰীয়া ৰাইজক জুৰুলা কৰিছে৷ কৃষকে উৎপাদন কৰা সামগ্ৰীবোৰ পথাৰতে গেলি পচি গৈছে৷
Read More...

হিন্দু বাংলাদেশীৰ পক্ষত থকা বিধায়ক শিলাদিত্য আকৌ কেনেকৈ অসমীয়া জাতি প্ৰেমী হ’ল ? আৰ টি আই…

নগাঁও : "বহু বিতৰ্কিত আৰু সাম্প্ৰদায়িক বিধায়ক শিলাদিত্য দেৱৰ মস্তিষ্কৰ বিকৃত ঘটাছে। সুবিধাবাদী এই নেতাজনে কেৱল মাত্ৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি শংকৰ-আজানৰ দেশ অসমত ভাতৃঘাতী সংঘৰ্ষ
Read More...

আৰ্থিক অনাটনে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, প্ৰমান কৰি সোণতলীৰ দেখুৱালে ৰুকছানা আজাদে ৷

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী আৰ্থিক অনাটনক নেওচি ৮৫.৮৩ শতাংশ নম্বৰ লাভ কৰি সোণতলীক উজলালে ৰুকছানা আজাদে ৷ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুতি প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি কদভানু বেগমৰ প্ৰথম কন্যা ৰুকছানা আজাদ ৷ পিতৃয়ে সংবাদ মাধ্যমত জৰিত
Read More...

প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক আজমল ফাউণ্ডেচনৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান । প্ৰতিমাহে…

দৰঙৰ পৰা জয়দেৱ ডেকা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ বাসগৃহত উপস্থিত এইউডিএফ দল৷ এইইউডিএফৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমানে আজমল
Read More...

হোজাইত জিলাৰ বান খতিগ্রস্থ এলেকা পৰিদৰ্শন মুখ্যমন্ত্রীৰ ।

লংকা: ক'ৰণাৰ আতংকৰ মাজতেই ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাবে হোজাইতো কপিলী নৈ বাহনী পানীয়ে নৈ পৰিয়া বিভিন্ন অঞ্চল বুৰাই পেলাইছে । কপিলীৰ নৈৰ বলিয়া বানে বিস্তৰ ক্ষতি কৰিছিল হোজাইৰ বহু নৈপৰীয়া গাওঁ। গাওঁৰ বহু ঠাইত
Read More...

লংকাত মালবাহী ৰে’লৰ খুন্দাত নিহত এজন যুৱক ।

লংকাঃ  লংকা-হাবাইপুৰ ৰে'ল ষ্টেচনৰ মাজত যোৱা নিশা এখন মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন যুৱক । মৃত যুৱকজনৰ বয়স অনুমানিক ৩০ বছৰ। বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।বৰ্তমান লংকা ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ
Read More...