Breaking

Browsing Category

Uncategorized

শীঘ্ৰে অসমত প্ৰৰ্ৱতন হ’ব নতুন শিক্ষা নীতি : য’ত থাকিব Vacational Educationৰ এটি অংশ

ধেমাজি কাৰিকৰী শিক্ষা প্ৰতিস্ঠানত মঙ্গলবাৰে বি এড পাঠ্যক্ৰমৰ শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে প্ৰতিস্ঠানৰ চৌহদতে এখনি অতি গুৰুত্বপূৰ্ণ সভাও অনুস্ঠিত কৰা হয় ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰগোহাঁইয়ে
Read More...

মৰিগাঁৱৰ সু-লেখিকা,সমাজ সেৱিকা,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ মৃত্যু

মৰিগাঁও নগৰৰ সমাজ সেৱিকা,সু-লেখিকা,মৰিগাঁও বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত আজি পুৱা ৬ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১বছৰ।সু-লেখিকা গৰাকীৰ মৃত্যুৰ
Read More...

সোণতলীত ছাত্ৰক হত্যাৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ অসম…

দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী, ডেকাচাং, গৰৈমাৰী বিলৰজান, ৰাংগাপানী, টুপামাৰী আদি অঞ্চল বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত হবলৈ ধৰিছে ৷ উল্লেখিত অঞ্চলবোৰত অবাধ গতিত দীৰ্ঘদিনৰ পৰাই চলি আহিছে অবৈধ মদ,
Read More...

৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে অহা ৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । বিমান পৰিবহন মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে কৈছে যে, চলিত মাহৰ ২৩ তাৰিখলৈ ভাৰত আৰু ব্রিটেইনৰ মাজত প্রতি সপ্তাহত মাত্র ৩০
Read More...

পাকাবেতবাৰীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভ উদ্বোধন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী স্পৰ্টিং ক্লাৱৰ সৌজন্যত স্থানীয় পুজা ফিল্ডত ২৯ আৰু ৩০ ডিচেম্বৰত  দুদিনীয়াকৈ চলা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতাখন কালি শুভ উদ্বোধন কৰে এ আৰু ইউ ডি এফ দলৰ বৰপেটা জিলা
Read More...

জীৱন প্ৰমাণ পত্ৰ দাখিলৰ সময় সিমা বৃদ্ধি

কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ'ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। এতিয়া পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ । আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ
Read More...

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত
Read More...

ডিবি নিউজৰ বাতৰিৰ প্ৰভাৱ : অৱশেষত আৰক্ষীৰ জালত নিজ পত্নীৰ হত্যাকাৰী হোছেন আলী

যোৱা ১৩ ডিচেম্বৰত দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত ১নং মাকেলীত সংঘটিত এক শিহৰণ কাৰি হত্যা কান্ডই জোঁকাৰি গৈছিল সমগ্ৰ অঞ্চল । ১নং মাকেলী গাওঁৰ শুকুৰ আলীৰ পুত্ৰ হোছেন আলীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱাইছিল পত্নী মফিদা বেগমে । দুই সন্তানৰ মাতৃ মফিদা
Read More...

আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?

সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ
Read More...

নগাঁৱত শোকাৱহ ঘটনা : বন্ধুৰ সৈতে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা দুই ছাত্ৰৰ সলিল সমাধি

নগাঁও,২৫ নবেম্বৰ : নগাঁও চহৰৰ সমীপৰ ভোটাইগাঁৱত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন্ধুৰ সৈতে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্ক কৰিবলৈ যোৱা দুই ছাত্ৰৰ সলিল সমাধি ঘটে।ছাত্র দুজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ভোটাইগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে । ভোটাইগাঁও
Read More...