Breaking

Browsing Category

Uncategorized

আৰম্ভ হ’ল জোনবিল মেলা

আজিৰে পৰা আৰম্ভ হ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ জাগীৰোডৰ ওচৰৰ জংবিলৰ পাৰত থকা দয়াং বেলগুৰিত জোনবিল মেলাখন বৃহস্পতিবাৰৰ অৰ্থাৎ ২১ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে। এই তিনিদিনত ওচৰৰ
Read More...

ঢকুৱাখনা সমষ্টিত দুই কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিত দুৰ্নীতি-লুণ্ঠনৰ অভিযোগ

"আগন্তক ২০২১ চনৰ বিধান সভা নিবাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ অৱস্থাত এতিয়া ঢকুৱাখনা সমষ্টিত অতি ক্ষীপ্ৰ গতিত চলিছে বিভিন্ন উন্নয়ন মুলক আঁচনিৰ কাম-কাজ‌।আৰু ইয়াৰ সমান্তৰালভাৱে এতিয়া ঢকুৱাখনাত বিভিন্ন উন্নয়মুলক আঁচনিৰ
Read More...

ডিমৌত প্ৰসূতি আৰু নৱজাতকৰ কৰুণ মৃত্যুত শোক, তদন্তৰ দাবী অঞ্চলবাসীৰ

ডিমৌৰ সমীপৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰি চাহ বাগিচাৰ সাত নম্বৰ লাইনৰ বাসিন্দা মিনতি চুন্দী(২৪) নামৰ এগৰাকী প্ৰসূতিৰ লগতে সদ্যজাত শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ বন্যা বৈছে। ১৭ জানুৱাৰীৰ বিয়লি প্ৰসূতি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিবৰ বাবে
Read More...

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

লাহোৱাল আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ এটি সঁজাতী দলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চৰকাৰী কৰ্মচাৰী সকলৰ বাবে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতি বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে এই পেঞ্চন নীতি অনুসৰি কৰ্মচাৰী
Read More...

প্ৰধানমন্ত্ৰীয়ে আজি শুভাৰম্ভণি কৰিলে কৰোণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া

আজি সমগ্ৰ দেশৰ বাবেই এক ঐতিহাসিক দিন। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ল কৰোণাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ভাৰতৰ এই কোৰোণা ভেকচিনেশ্যন প্ৰক্ৰিয়া সমগ্ৰ বিশ্ৱৰ ভিতৰতে সবাটোতকৈ ডাঙৰ হিচাপে চিহ্নিত হৈছে। কোৰোণাৰ টিকা প্ৰদানৰ বাবে সাজু কৰি তোলা
Read More...

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা আৰম্ভ

৮ জানুৱাৰী ২০২১ৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা।অসম শৰীৰ চৰ্চা আৰু ফিটনেচ সংস্হাৰ সৌজন্যত আৰু নগাঁও জিলা শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্হাৰ ব্যৱস্হাপনাত হবলগীয়া খেলসমূহ বিভিন্ন
Read More...

সমষ্টিবাসীৰ কাষলৈ গৈ উন্নয়ণৰ খতিয়ান দাঙি ধৰিলে বিধায়ক ৰূপক শৰ্মাই

সমষ্টিবাসীৰ কাষলৈ গৈ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও সদৰ সমষ্টিত ৰূপায়ন হোৱা বিভিন্ন উন্নয়ন মূলক কাম কাজৰ খতিয়ান দাঙি ধৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও সদৰ সমষ্টিৰ
Read More...

দুলীয়াজানৰ সাহিত্যৰথী জাতীয় বিদ্যালয়ৰ বিশেষ কৃতিত্ব

আজি "ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক ও বহুমুখী বালিকা বিদ্যালয়"ৰ উদ্যোগত অনুষ্ঠিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিদ্যা দপ্তৰৰ অন্তর্গত অন্যতম কাৰ্যসূচী "২৮ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ"ৰ ডিব্ৰুগড় জিলা সমাৰোহত "বহনক্ষম জীৱন
Read More...

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ট্ৰফীৰ মেলবৰ্ণ টেষ্টত উপস্থিত থকা এগৰাকী দৰ্শক কোভিড প’জিটিভ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত অংশলোৱা এগৰাকী দৰ্শকৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে। মেলবৰ্ণ ক্ৰিকেট ক্লাৱ(এম চি চি)ৰ তৰফৰ পৰা বুধবাৰে এই কথা সদৰী
Read More...

এজন প্ৰতিবন্ধী লোকে ডিমৌ নদীৰ ওপৰত ১৪ লাখ টকা ব্যয়ৰে সাঁজি উলিওৱা দলং উদ্ধোধন

 শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্রৰ ডিমৌ নদীৰ উপৰত অতি কম সময়ৰ ভিতৰতে এজন প্ৰতিবন্ধীয়ে প্ৰায় গাঁঠিৰ ১৪ লাখ টকা ব্যয়েৰে  দুটা সমষ্টিৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা পকী দলং আজি এক আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন কৰি সকলোৰে
Read More...