Uncategorized

Guwahati Crime News: দুটা হত্যাকাণ্ডঃ হত্যাকাণ্ডৰ কাৰণ পৰকীয়া প্ৰেম !

গুৱাহাটী মহানগৰীত দুটা দিনত দুটা হত্যাকাণ্ড।(Guwahati Crime News)দেওবাৰে বশিষ্ঠত প্ৰথমটো হত্যাকাণ্ড।সোমবাৰে গড়চুকত দ্বিতীয়টো হত্যাকাণ্ড।

India-Pakistan ceasefire: ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজত আমেৰিকা কিয় ?

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা,(India-Pakistan ceasefire)পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা আদি বিষয়সমূহৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনালে৷

panchayat election result 2025: হাতী আৰু হাতক উফৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

বঢ়মপুৰ জিলা পৰিষদৰ অধীনৰ বৰবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী অলকা বসুমতাৰীয়ে জয়লাভ কৰিছে।(panchayat election result 2025)

Rajouri News: ৰাজৌৰীত পাকিস্তানৰ আক্ৰমণত নিহত এজন জ্যেষ্ঠ চৰকাৰী বিষয়া

আজি পুৱা পাকিস্তানে(Rajouri News) ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্যান্য অঞ্চলৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সময়তে জম্মু-কাশ্মীৰ চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়া নিহত হয়।

অপাৰেছন সিন্দুৰৰ পিছতে পাসিস্তানত অৰাজক পৰিস্থিতি, একাধিক বিস্ফোৰণে কঁপালে লাহোৰ

অপাৰেছন সিন্দুৰৰ পিছতে পাসিস্তানত অৰাজক পৰিস্থিতি, একাধিক বিস্ফোৰণে কঁপালে লাহোৰ

Popular