Uncategorized

Dr. Lakshahira Das: কটন বিশ্ববিদ্যালয়ত ড০ লক্ষহীৰা দাসৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শিত

কটন বিশ্ববিদ্যালয়ৰ কে বি আৰ অডিটৰিয়ামত বিশিষ্ট লেখিকা,(Dr. Lakshahira Das) অনুবাদক, গায়ক আৰু শিক্ষাবিদ ড০ লক্ষহীৰা দাসৰ জীৱনৰ সম্পৰ্কত নিৰ্মিত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।

Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট

পহলগামত হিন্দু পৰ্যটকক বাচি বাচি গুলী চলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, "মই মুছলমান হিচাপে লাজ পাওঁ।"(Salim Merchant)

Seema Haider: সীমা হাইদৰ উভতি যাব নে পাকিস্তানলৈ? পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ সিদ্ধান্তৰ মাজতে চৰ্চালৈ আহিছে সীমা হাইদৰ !

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰ উভতি যাব নেকি পাকিস্তানলৈ! কেৱল ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে। বাতিল কৰা হৈছে পাকিস্তানী নাগৰিকৰ সকলো ভিছা। সামাজিক মাধ্যমত চৰ্চালৈ আহিছে সীমা হাইদৰ।(Seema Haider)

UPSC Result 2024: ঘোষণা হ’ল UPSCৰ ফলাফল, প্ৰথম স্থান দখল শক্তি ডুবেৰ

ঘোষণা হ'ল UPSC ৰ ২০২৪ বৰ্ষৰ ফলাফল।(UPSC Result 2024)প্ৰথম স্থান দখল উত্তৰ প্ৰদেশৰ শক্তি ডুবেৰ।দ্বিতীয় স্থান দখল হর্ষিতা গোৱেলৰ।

Silapather News: চিলাপথাৰৰ অকাজানত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

‘কংগ্ৰেছ দলে এতিয়াৰ পৰা হাতৰ সলনি লুঙী আৰু টুপীৰ চিনত নিৰ্বাচন খেলক৷ কাৰণ কংগ্ৰেছ দলে কেৱল লুঙি, টুপী আৰু সূতা চিনি পায়’৷ (Silapather News)

Popular