Uncategorized

Magh Purnima 2025: আজি মাঘী পূৰ্ণিমা, আজিৰ দিনটোত কৰক এইসমূহ কাম; দেৱী লক্ষ্মীয়ে বাস কৰিব আপোনাৰ ঘৰত !

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে মাঘী পূৰ্ণিমাৰ দিনটো বিশেষ। এই পূৰ্ণিমাৰ দিনটোত দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায় জানি লওক।(Magh Purnima 2025)

গোৱালপাৰা জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বৈঠক আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ। Minister Ranjit Kumar Das

গোৱালপাৰা জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বৈঠক আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ। Minister Ranjit Kumar Das

Child Health Care: আপোনাৰ সন্তানৰ কথা কোৱাত পলম হৈছে নেকি, ইয়াৰ কাৰণ কি ?

এক অধ্যয়নত প্ৰকাশ পাইছে যে অত্যধিক স্ক্ৰীণ টাইমে শিশুৰ ভাষাত প্ৰভাৱ পেলায়। পৰ্দাত বেছি সময় কটালে শিশুৰ ভাষাৰ বিকাশ লেহেমীয়া হয়।(Child Health Care)

Narendra Modi: সুস্থ শৰীৰৰ দুটা টিপছ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

খেতিয়কৰ দৰে সন্ধিয়াৰ পূৰ্বে খাওক, লগতে মেদবহুলতা হ্ৰাস কৰিবলৈও পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।(Narendra Modi)

Dry Skin Home Remedies: শীতকালত ছাল শুকান হয়, শুকান ছালৰ বাবে এই ফলৰ ফেচ পেক ব্যৱহাৰ কৰক !

যদি শীতকালত আপোনাৰ ছালখন শুকান হৈ পৰে, তেন্তে আছে কিছুমান ঘৰুৱা উপায়। উপাদানসমূহ আপোনাৰ ঘৰতে উপলব্ধ হ'ব।(Dry Skin Home Remedies)

Popular