Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Uncategorized
প্ৰকৃতি সুৰক্ষাৰ বাণী বিলাই দৰঙৰ গৌৰীৰ গৃহাভিমুখী যাত্ৰা
তেজপুৰৰ পৰা পাকিস্তানলৈ হোৱাটছএপত কি পঠিয়াইছিল প্ৰাক্তন বায়ুসেনা বিষয়াই?
Post Malone concert: গুৱাহাটীত কনচাৰ্ট চাবলৈ কোন কোন দেশৰ মানুহ আহিল ?
32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 12, 2024
32nd Zonal Karbi Youth Festival ।পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত সাংসদ অমৰ চিং টিচ্চ সঁহ পৰিষদৰ ইএম ৰিনা টেৰাংপী ৷ উখল মাখল পৰিবেশ জিৰিকিনদিংঙত মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱত অগনত লোক সমাগম উৎসৱস্থতিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা জিলা প্ৰশাসনে ৷
Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক”বেলশৰ ৰত্ন” প্ৰদান
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Durga Puja , Belsor। পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা দুই বেলশৰীয়া সন্তান কনক সেন ডেকা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা: নৰেন্দ্ৰ বৰ্মনক বেলশৰ ৰত্ন প্ৰদান কৰা হয়। বেলশৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ডা: বৰ্মন যদিও সম্প্ৰীতি গুৱাহাটীৰ বাসিন্দা হলেও বেলশৰৰ বুকুত প্ৰতিটো সময়তে নিৱিৰ ভাৱে নিজক অৰ্পন কৰিছে ।
Gauhati University Inter-College Youth Festival:দুধনৈ মহাবিদ্যালয়ত উখল-মাখল পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ সামৰণি
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
(Gauhati University Inter-College Youth Festival) দুধনৈ মহাবিদ্যালয়ত এক উখল-মাখল পৰিৱেশত সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয় (পশ্চিম মণ্ডল)আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ-২০২৩-২৪ । অসমৰ বৌদ্ধিক আৰু শৈক্ষিক জগতৰ ঐতিহ্যবাহী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সহযোগত আৰু দুধনৈ মহাবিদ্যালয়ৰ উদ্যোগত ২০২৩-২৪ ইং বর্ষৰ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ খনি যোৱা ৫ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । যুৱ মহোৎসৱ খনিত গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ মুঠ১৫ খন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে ।আজি সংগীত প্ৰতিযোগিতাৰ অন্তিম কাৰ্যসূচী লোকবাদ্য প্ৰতিযোগিতাই সকলোকে মোহিত কৰে ।
Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।
Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
(Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)।
1
...
74
75
76
...
167
Page 75 of 167
Popular
CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত
দৈনন্দিন বাৰ্তা
-
December 20, 2025