Uncategorized

Cabinet: আজি মৰিগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বৈঠক উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে বহুকেইজনো মন্ত্ৰী।(Cabinet)

Semolina Benefits: চুজি খালে শৰীৰে কি কি উপকাৰ লাভ কৰিব?

দিনটোৰ আৰম্ভণিতে চুজিৰে বনোৱা খাদ্য খালে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰিব।(Semolina Benefits)

Maha Kumbh Mela 2025 আৰম্ভ হ’ল মহাকুম্ভ মেলা, প্ৰথম দিনা প্ৰয়াগৰাজত হাজাৰ হাজাৰ লোকৰ ভিৰ

আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা।(Maha Kumbh Mela 2025) এই অনুষ্ঠানটো প্ৰায় ডেৰ মাহ ধৰি চলিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে বিশ্বৰ প্ৰায় ৩৫ কোটি ভক্তই অংশগ্ৰহণ কৰিব বুলি অনুমান কৰা হৈছে।

Sarbananda Sonowal: মহিলা বনকৰ্মীসকলৰ সুবিধাৰ্থে অগৰাতলীত নৱনিৰ্মিত “কিং কোব্ৰা চোৰাং চিকাৰ বিৰোধী কেম্প” মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাৰ মহিলা বনকৰ্মী "বনদুৰ্গা"ক নাৰীশক্তিৰ সশক্তিকৰণৰ এক অনন্য নিদৰ্শন বুলি অভিহিত কৰে। অগৰাতলী পৰ্যটন আৰু বন্যপ্ৰাণী ছাফাৰী এছ'চিয়েচনৰ শিবিৰৰ আধাৰশিলা স্থাপন কৰে সোণোৱালে।(Sarbananda Sonowal)

Prabhas: বিয়া পাতিবলৈ সাজু প্ৰভাস, কইনা কোন হ’ব?

দক্ষিণ চিনেমাৰ ‘বাহুবলী’ অৰ্থাৎ প্ৰভাসৰ আগন্তুক প্ৰজেক্টৰ লগতে তেওঁৰ বিবাহৰ বাবেও এইকেইদিন পুনৰ শিৰোনামত আছে। (Prabhas)

Popular