Uncategorized

Karnataka CM Siddaramaiah: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু ইডিৰ

২৭ ছেপ্টেম্বৰত পঞ্জীয়ন হোৱা এই এফ আই আৰত সিদ্দাোমাইয়াৰ লগতে তেওঁৰ পত্নী পাৰ্বতী, ভায়েক মল্লিকাৰ্জুন স্বামী আদিৰ নাম উল্লেখ কৰা হৈছে।(Karnataka CM Siddaramaiah)

Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া

Fake Officerভুৱা ৰাজহ চক্ৰ বিষয়া

Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়াল

গোঁসাইগাঁও ২৪ ছেপ্টেম্বৰ: Gosaingaon: গোসাঁইগাঁৱত ভয়ংকৰ ঘটনাঃতিনি বছৰে সমাজৰ পৰা এঘৰীয়া ৩ টা পৰিয়ালগোসাঁইগাঁও মহকুমাৰ আলিনগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। গাঁৱৰ একাংশ লোকে ডাইনী বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰে তিনিটা পৰিয়ালক। গাঁওখনৰ বাসিন্দা তথা গাঁও বুঢ়া গণেশ চৰেন পিতৃ তিনি বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। লোকজনৰ মৃত্যুৰ পিছৰ পৰাই ডাইনী অপবাদ দিয়ে গাঁৱৰ তিনি গৰাকী মহিলাক।

Assam Cabinet:নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

(Assam Cabinet)নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল )ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্রীক চৰকাৰে প্ৰদান কৰিব চাইকেল । ইয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । (Himanta biswa sarma)মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই । (Jayanta Malla Baruah)

Popular