Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Uncategorized
বিশিষ্ট সংগীতশিল্পী সুমন কল্যাণ দত্তৰ বিয়োগ
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, অধ্যাপকৰ বিৰুদ্ধে যৌ/ন নিৰ্যাতনৰ অভিযোগ; ব্যৱস্থাৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ । Assam Don Bosco University
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কেন উইলিয়ামছনৰ
Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।
Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 8, 2024
(Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)।
Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
প্ৰশাসন
দৈনন্দিন বাৰ্তা
-
October 4, 2024
পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷
AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ
Uncategorized
দৈনন্দিন বাৰ্তা
-
October 4, 2024
ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ। অসমীয়া লিপিৰ স্বীকৃতি বিচাৰিলে আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই। মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত চৰকাৰৰ ভূমিকা ৰহস্যজনক -আপ।(APP)
Barpeta: বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 3, 2024
(Barpeta Satra)সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি তিনিও ৰাজ্যৰ বন্দণীয় স্থান বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ বৃহস্পিবাৰে বৰপেটা সত্ৰত সম্পন্ন কৰা হয় । অভিষেক অনুষ্ঠান উপলক্ষে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক নিজ বাসগৃহৰ পৰা গায়ন-বায়ন সহিতে বৰপেটাৰ বাইশখন হাটীৰ ভকত - আইসকল আৰু যুৱক - যুৱতীয়ে নাম-কীৰ্ত্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে ।
1
...
95
96
97
...
187
Page 96 of 187
Popular
ভুৱা চিকিৎসকৰে ভৰি পৰিছে অসম ৫৯টা গোচৰ ৰুজু , ৬২জনক গ্ৰেপ্তাৰ । CM ASSAM
দৈনন্দিন বাৰ্তা
-
June 27, 2026