Breaking

বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই ১০ কেজি ওজনৰ আৰি মাছ উপহাৰ দিলে মুখ্যমন্ত্ৰীক

0 100

হেঁপাহৰ ভোগালী বিহুৰ আগমুহূৰ্তত বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ পৰা আজি ১০ কিলো ওজনৰ এটা আৰি মাছ বিহুৰ উপহাৰ হিচাপে দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ উপ-সভাপতি দিলু দাস, কাৰ্যকৰী সভাপতি হৰিৎ মেধি, সাধাৰণ সম্পাদক ভাস্কৰ দাস প্ৰমুখ্যে সমূহ কাৰ্যকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply