Breaking

সংসদত নিৰাপত্তাৰ সুৰুঙা কাণ্ডৰ আঁৰত আছে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি – ৰাহুল গান্ধী…

0 24

‘সংসদত নিৰাপত্তাৰ সুৰুঙা কাণ্ডৰ আঁৰত আছে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি’।

সংসদ-কাণ্ড সন্দৰ্ভত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। ১৩ ডিচেম্বৰত সংসদত সংঘটিত হৈছিল এই ঘটনা।

দৰ্শকৰ গেলেৰীৰ পৰা সদনৰ মজিয়াত জঁপিয়াই পৰিছিল দুজন লোক। সংসদ ভৱনৰ বাহিৰতো দুজন লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

Leave A Reply