Breaking

গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 100

গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাসহ গৌহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ঐতিহাসিক প্ৰতিষ্ঠান গৌহাটী উচ্চ ন্যায়ালয়ৰ গৌৰৱময় ৭৫ বছৰীয়া আইনী যাত্ৰাৰ সকলো ন্যায়াধীশ আৰু সদস্যসকলক শুভেচ্ছা জনায় মন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰী গৰাকীয়ে কয়, “বিগত ৭৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলক অতি পৰিশ্ৰমেৰে সেৱা আগবঢ়োৱা এক প্ৰতিষ্ঠান গৌহাটী উচ্চ ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ সেৱা কৰি যাব আৰু ভাৰতৰ গণতান্ত্ৰিক নীতি ৰক্ষা কৰিব বুলি মই বিশ্বাস কৰোঁ৷”

Leave A Reply