Breaking

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটা – “CHAMPION OF THE EARTH” বঁটা ড° পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান…

0 110

ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটা – CHAMPION OF THE EARTH, 2022 ৰ বাবে গ্ৰীণ অস্কাৰ বঁটা বিজয়ী ড° পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হৈছে।

বিলুপ্ত প্ৰায় চৰাই প্ৰজাতিৰ হাৰগিলাৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বজুৰি পৰিচিত আৰু হাৰগিলা বাইদেউ নামেৰেও বিখ্যাত ড° বৰ্মন। ২০১৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

Leave A Reply