Breaking

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে…

0 117

উৰ্বশী ৰৌতেলা আকৌ প্ৰেমত মতলীয়া হৈ পৰিছে আন এগৰাকী অভিনেতাৰ সৈতে

প্ৰেমত হৃদয় চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত নতুনকৈ ভালপোৱাৰ সম্পৰ্ক কৰিবলৈ আগবাঢ়িছে উৰ্বশী ৰৌতেলা‌ই ।

সামাজিক মাধ্যমত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰাম পথিনেনীৰ লগত ফটো পোষ্ট কৰাৰ পিছতে অনুৰাগী সকলে ইতিবাচক আৰু নেতিবাচক কমেণ্ট কৰে ।

Leave A Reply