Breaking

প্ৰেমত হৃদয় ভাঙিলে উৰ্বশী ৰৌতেলাৰ । প্ৰেমিকৰ বাবে কান্দি কান্দি পোষ্ট কৰিলে নিজৰ ফটো আৰু লিখিলে হৃদয়স্পৰ্শী কেপচন…

0 87

উৰ্বশী ৰৌতেলা‌ই প্ৰেমত হৃদয় চূৰ্ণ-বিচূৰ্ণ হৈ গৈছে । সামাজিক মাধ্যমত নিজৰ ফটো আপলোড কৰি কেপচনত লিখিছে “”মোক মাত্ৰ ইমান খিনি কোৱা ম‌ই তোমাৰ বাবে অপেক্ষা কৰিমনে , সলনি হৈ যাম তোমাৰ দৰে“‘ ।

এ‌ইদৰে লিখাৰ পিছতে বহু অনুৰাগীয়ে তেওঁক বুজাইছে যে আপুনি আগবাঢ়ি যাওঁক জীৱনত । আন একাংশ‌ই বহুত বেয়াকৈ সামাজিক মাধ্যমত ট্ৰল কৰিছে ।

মুঠতে অভিনেত্ৰী গৰাকী সম্পূৰ্ণ ৰূপে ভাঙি পৰিছে প্ৰেমত ।

Leave A Reply